This browser does not support the video element.
মানকাচৰ: জিলা পশু চিকিৎসা বিভাগৰ উদ্যোগত মানকাচৰত বিনামূলীয়া এন্টি-ৰেবিজ টিকাকৰণ অভিযান
Mankachar, South Salmara-Mankachar | Sep 3, 2025
বুধবাৰে আবেলি আনুমানিক ৩ বজাত জিলা পশু চিকিৎসা বিভাগৰ উদ্যোগত মানকাচৰত বিনামূলীয়া এন্টি-ৰেবিজ টিকাকৰণ অভিযান চলায়। উক্ত অভিযানত মানকাচৰত ASCAD ৰ অধীনত ব্লক উদ্যোগত কুকুৰৰ বাবে বিনামূলীয়া এণ্টি ৰেবিজ টিকাকৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই অভিযানত পশুৰ স্বাস্থ্য আৰু সম্প্ৰদায়ৰ সুৰক্ষা সুৰক্ষা, জলাতংক ৰোগৰ সংক্ৰমণ ৰোধ কৰিবলৈসময়মতে টিকাকৰণ নিশ্চিত কৰা।