Download Now Banner

This browser does not support the video element.

ওদালগুৰি: চহৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নৱ নিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰে বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে

Udalguri, Udalguri | Aug 26, 2025
ওদালগুৰি চহৰত অৱস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ গ্ৰাউণ্ড ফ্লোৰটো নতুনকৈ নিৰ্মাণ কৰা হয়। উক্ত নৱ নিৰ্মিত ভৱনটো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি ৰাইজৰ সতে এখন সভাত অংশগ্ৰহন কৰে বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে। ইপিনে উক্ত কাৰ্যসূচীত বিধায়ক গৰাকীৰ সতে জিলা বিজেপিৰ সভাপতি সুনীল কুমাৰ বসুমতাৰী, পৰিচালনা সমিতিৰ সভাপতি নৃপেন্দ শৰ্মা প্ৰমুখ্যে আমন্ত্ৰিত অতিথি আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us