Install App
manojbmc2009
This browser does not support the video element.
বঙাইগাঁও ভাগ: একাউণ্টত জিৰো বেলেন্স বুলি Ex MLA আঙুৰলতা ডেকাৰ মন্তব্যলৈ চহৰত ৰাইজৰ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকাৰ Ex MLA-ক প্ৰশ্ন
Bongaigaon Part, Bongaigaon | Aug 30, 2025
অসম মহিলা আয়োগৰ অধ্যক্ষা তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই "যাৰ পইচা নাই, যাৰ একাউণ্টত জিৰো বেলেন্স তাৰ সিদ্ধান্তটোও জিৰো” বুলি কৰা মন্তব্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা মমী ৰায় চৌধুৰীয়ে। শনিবাৰে বঙাইগাঁও চহৰত কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা মমী ৰায় চৌধুৰীয়ে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাক প্ৰশ্ন কৰে যে একাউণ্টত গৰম কৰিবলৈ কি কৰিব লাগিব ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!