Install App
nirenkumarsarma
This browser does not support the video element.
বাক্সা: চৰাইমাৰীত দিহিৰা সমষ্টিৰ বাবে বিজেপিৰ মানস প্ৰতীম কলিতাৰ প্ৰাৰ্থিত্ব লাভত উৎফুল্লিত দলীয় সমৰ্থকৰ
Baska, Baksa | Aug 31, 2025
বাক্সা জিলাৰ চৰাইমাৰীত আজি সন্ধিয়া দিহিৰা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে মানস প্ৰতীম কলিতাক। দলে ঘোষণা কৰাৰ লগে লগে দিহিৰা সমষ্টিৰ দলীয় সমৰ্থকৰ মাজত উৎফুল্লিত হোৱা পৰিলক্ষিত হয়। দিহিৰা সমষ্টিত জয়ী নিশ্চিত বুলি কৈ মানস প্ৰতীম কলিতাই ৰাইজৰ সহযোগিতা কামনা কৰে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!