Download Now Banner

This browser does not support the video element.

টিয়ক: কমাৰচুকত হৃদয়বিদাৰক ঘটনা , ঘৰৰ ভিতৰতে উৱলি যোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ

Teok, Jorhat | Aug 31, 2025
টীয়কৰ কমাৰচুকত হৃদয়বিদাৰক ঘটনা । ঘৰৰ ভিতৰতে উৱলি যোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ । মৃত ব্যক্তি জনৰ নাম এজন অধিবক্তা বিশ্বজিত বৰা । অকলশৰীয়াকৈ থকা ব্যক্তিজন কেইবাদিনৰ পূৰ্বে মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে । মৃতদেহ উৱলি যোৱা বাবে দূৰ্গন্ধৰ সৃষ্টি হয় । দুৰ্গন্ধৰ পম খেদি ৰাইজে ঘৰৰ ভিতৰত আজি মৃত অৱস্থাত উদ্ধাৰ কৰে অধিবক্তা বিশ্বজিত বৰাক ।
Read More News
T & CPrivacy PolicyContact Us