Download Now Banner

This browser does not support the video element.

মানকাচৰ: হাটশিঙিমাৰী জিলা স্বাস্থ্য যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত আনুষ্ঠানিক ভাৱে ডাটা ইন্ট্ৰী কামৰ শুভ উদ্বোধন

Mankachar, South Salmara-Mankachar | Sep 13, 2025
শনিবাৰে দিনৰ আনুমানিক ৪ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলা স্বাস্থ্য যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত নিম্ন প্ৰদৰ্শনকাৰী উপ কেন্দ্ৰসমূহৰ বাবে ডাটা ইন্ট্ৰী কামৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে । উক্ত উদ্ধোধনী অনুষ্ঠানত উপস্থিত আছিল জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক‌ৰ লগতে জিলা স্বাস্থ্য বিভাগৰ বিষয়ববীয়া সকলে।
Read More News
T & CPrivacy PolicyContact Us