Install App
priyanka1162
This browser does not support the video element.
তিতাবৰ: চৰাই পানী নৈৰ গৰা -খহনীয়াত শংকিত তিতাবৰৰ মহিমাবাৰী ,বৰাবাৰীৰ গাঁৱৰ লোক , প্ৰায় শতাধিক পৰিয়াললৈ নামিব সংকট #jansamasya
Titabor, Jorhat | Aug 21, 2025
চৰাই পানী নৈৰ গৰা -খহনীয়াত শংকিত তিতাবৰৰ মহিমাবাৰী ,বৰাবাৰীৰ গাঁৱৰ লোক । তিতাবৰ সমষ্টি অন্তৰ্গত মহিমাবাৰীৰ বৰাবাৰী গাঁওবাসী এতিয়া শংকিত । কিয়নো চৰাইপানী নৈৰ গৰা -খহনীয়া বৃদ্ধি পাইছে । প্ৰতিবছৰে বাৰিষাৰ দিনত চৰাইপানী নৈৰ পানীৰ ঢলে খহাই নিয়ে মাথাউৰী লগতে কিছু কিছু অঞ্চল, যাক লৈ আতংকিত অঞ্চলৰ ৰাইজ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!