Download Now Banner

This browser does not support the video element.

মানকাচৰ: হাটশিঙিমাৰীৰ দাফাদাৰপাৰাৰ পৰা এগৰাকী ২৮ বছৰীয়া যুৱক নিৰুদ্দেশ,পুত্ৰক বিচাৰি মাতৃ ৰাইজক কাতৰ আহ্বান

Mankachar, South Salmara-Mankachar | Sep 13, 2025
শনিবাৰে সন্ধিয়া আনুমানিক ৬:৩০ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দাফাদাৰপাৰা‌ৰ এগৰাকী মাতৃয়ে নিজৰ পূত্ৰক বিচাৰি আৰক্ষীৰ কাষ চাপে । উল্লেখ্য যে যোৱা ১১ তাৰিখত নিজ ঘৰৰ পৰা নিৰুদ্দেশ হয় ২৮ বছয়ীয়া এগৰাকী মানসিক বিকাৰ গ্ৰস্হ ছাজিনুৰ ইছলাম নামৰ এগৰাকী যুৱক।আজি তিনি দিন ওকলি যোৱাৰ পিছতো পুত্ৰক বিচাৰি নাপাই আজি খাৰুৱা বান্ধা আৰক্ষীক অবগত কৰে।
Read More News
T & CPrivacy PolicyContact Us