Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: ভেবাৰঘাটস্হিত প্ৰয়াত হেমন্ত দত্ত বাসগৃহত উপস্থিত হয় শ্ৰুদ্ধাঞ্জলি জ্ঞাপন কৰে সাংসদ আৰু মন্ত্ৰী ৰঞ্জিত দাসে

Mangaldoi Part, Darrang | Aug 22, 2025
অসম সৌৰভ,ভ্ৰাম্যমাণ থিয়েটাৰৰ মহীৰূহ হেমন্ত দত্তক সোঁৱৰিলে দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী ৰঞ্জিত দাসে। শুকুৰবাৰে নিশা 8 মান বজাত প্ৰয়াত নাট্যকাৰ গৰাকীৰ গৃহত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সৈতে উপস্থিত হয় সাংসদ দিলীপ শইকীয়া, সাংসদ গৰাকীয়ে কয় যে তেওঁৰ অপূৰ্ণ আশাবোৰ পূৰণৰ বাবে চেষ্টা চলোৱা হ'ব বুলি সাংসদ গৰাকীয়ে উল্লেখ কৰে।
Read More News
T & CPrivacy PolicyContact Us