Install App
mustafahusainpp
This browser does not support the video element.
কোকৰাঝাৰ ভাগ: দোতমাৰ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিস্থলী উপস্থিত হৈ থুলুংগাপুৰিত বড়োফাৰ আশিৰ্বাদ লৈ বিটিচিৰ চিইএম প্ৰমোদ বড়ো
Kokrajhar Part, Kokrajhar | Sep 2, 2025
মংগলবাৰ দিনা ৰাতিপুৱা ৯.৩০ বজাত কোকৰাঝাৰ জিলাৰ দোতমাৰ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিস্থলী গৈ বিটিচি নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ আগতে থুলুংগাপুৰিত বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি জনাই আশিৰ্বাদ লৈ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই, উক্ত অনুষ্ঠানত বিটিচিৰ পাৰিষদ মাধৱ চেত্ৰী, কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষা প্ৰতিভা ব্ৰহ্মৰ লগতে ইউপিপিএলৰ নেতা কৰ্মী সকলে উপস্থিত আছিল বুলি জানিব পৰা গৈছে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!