Download Now Banner

This browser does not support the video element.

বৰপেটা: ইনষ্টিটিউট অফ ফায়াৰ এণ্ড ইণ্ডাস্ট্ৰিয়েল ছেফটীৰ বৰপেটাৰ গান্ধী নগৰৰ কেন্দ্ৰত সংবাদমেল

Barpeta, Barpeta | Oct 12, 2025
ইনষ্টিটিউট অফ ফায়াৰ এণ্ড ইণ্ডাস্ট্ৰিয়েল ছেফটীৰ বৰপেটাৰ গান্ধী নগৰৰ নতুন কেন্দ্ৰত ৰবিবাৰে এখন সংবাদমেল অনুষ্ঠিত হয় । নামনি অসমৰ যুৱসমাজৰ বাবে অগ্নি আৰু নিৰাপত্তা শিক্ষা আৰু নিয়োগ সুযোগ আগবঢ়াবলৈ এই পদক্ষেপক গুৰুত্বপূৰ্ণ হিচাপে গণ্য হৈছে। ইনষ্টিটিউটত অনুষ্ঠিত সংবাদমেলত সংযোজক লক্ষ্মীকান্ত কয় ফায়াৰ আৰু ইণ্ডাস্ট্ৰিয়েল ছেফটি ক্ষেত্ৰত দেশজুৰি চাকৰিৰ চাহিদা দিনেদিনে বৃদ্ধি পাইছে। এই দিশত প্ৰশিক্ষিত জনবল গঢ়ি তোলাই ইনষ্টিটিউটৰ মূল লক্ষ্য।
Read More News
T & CPrivacy PolicyContact Us