Download Now Banner

This browser does not support the video element.

হোজাই: ওৱাৰিগেডিংত বন বিভাগৰ অভিযানত জব্দ চৰাই আবদ্ধ কৰা জাল লগতে উদ্ধাৰ এটা চৰাই, বন বিভাগৰ তদন্ত অব্যাহত

Hojai, Hojai | Aug 27, 2025
বুধবাৰে দিনৰ ২বজাত হোজাই ওৱাৰিগেডিংত বন বিভাগৰ অভিযান।বন বিভাগৰ অভিযানত জব্দ চৰাই আবদ্ধ কৰা জাল।বন বিভাগে গোপন সূত্ৰৰ পম খেদি চলাইছিল অভিযান।উল্লেখ্য কোনো দুষ্ট চক্ৰয় খেতি-পথাৰত চৰাই আবদ্ধ কৰাৰ জাল লগাই ৰাখিছিল।আজি বন বিভাগে উক্ত ওৱাৰিগেডিংত অভিযান চলাই এটা চৰাই উদ্ধাৰ কৰাৰ লগতে জব্দ কৰে চৰাই আবদ্ধ কৰা জাল।ঘটনা সন্ধৰ্ভত চৰাইটোক বন বিভাগে মুকলি কৰি দিয়াৰ লগতে আৰম্ভ কৰিছে তদন্ত।
Read More News
T & CPrivacy PolicyContact Us