Install App
pranjal_puzari
This browser does not support the video element.
শিৱসাগৰ: মিয়ালেণ্ডৰ সন্দৰ্ভত মেজেঙাত সদৌ অসম মুছলিম যুৱ পৰিষদৰ প্ৰাক্তন সভাপতি আবু চেহিদ ৰেকিবুৰ ৰহমানৰ তাৎপৰ্যপূৰ্ণ মন্তব্য
Sibsagar, Sivasagar | Jul 31, 2025
মিয়ালেণ্ডৰ সন্দৰ্ভত মেজেঙাত সদৌ অসম মুছলিম যুৱ পৰিষদৰ প্ৰাক্তন সভাপতি আবু চেহিদ ৰেকিবুৰ ৰহমানৰ তাৎপৰ্যপূৰ্ণ মন্তব্য । মিয়ালেণ্ড বিচৰাজনক গুলিয়াব লাগে , সন্দেহযুক্ত বেদখলকাৰীৰ বাবেই খিলঞ্জীয়া মুছলমানৰ বিপদ হয় । ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা কাৰ্যকো পূৰ্ণ সমৰ্থন আগবঢ়ায় সদৌ অসম মুছলিম যুৱ পৰিষদৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সভাপতি গৰাকীয়ে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!