Download Now Banner

This browser does not support the video element.

গোলাঘাট: আঠাবাৰীত ভয়ংকৰ পথ দূৰ্ঘটনাত গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত ৰেল বিভাগত কৰ্মৰত এজন কৰ্মচাৰীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি

Golaghat, Golaghat | Aug 25, 2025
সোমবাৰে বিয়লি প্ৰায় ৪ বজাত গোলাঘাট আঠাবাৰীত ভয়ংকৰ পথ দূৰ্ঘটনা l দুৰ্ঘটনাত গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত এজন ৰেল বিভাগত কৰ্মৰত কৰ্মচাৰীৰ l জানিব পৰা মতে ৰেল বিভাগত কৰ্মৰত কৰ্মচাৰীৰ জনে বুলেট বাইকেৰ গৈ থকা অৱস্থাত এখন চাৰি চকিয়া বাহনৰ চকা ফুটি যোৱাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা বাইকত ঐতীব্ৰ গতিত বাইকত খুন্দা মাৰে। গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত এজন লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us