Download Now Banner

This browser does not support the video element.

নগাঁও: খাগৰিজান মহাবিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য আলোচনা সভা সম্পন্ন, নৃত্যশিল্পী ৰবীন দাসক শংকৰী কৃষ্টি সাধনা বটা প্রদান

Nagaon, Nagaon | Sep 13, 2025
খাগৰিজান মহাবিদ্যালয়ত শনিবাৰে বিয়লি প্ৰায় চাৰি বাজি ২০ মিনিটত শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য আলোচনা সভা সম্পন্ন, নৃত্যশিল্পী ৰবীন দাসক 'শংকৰী কৃষ্টি সাধনা বটা, শ্ৰীমন্ত শংকৰদেৱৰ এক বৈজ্ঞানিক দৃষ্টিভংগী আছিল, বক্তা বৰমা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° অচ্যুত শইকীয়াই শংকৰদেৱৰ জীৱন আদৰ্শৰ ওপৰত গীতে মাতে এক সুন্দৰ ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত দ্বিজেন্দ্ৰ নাথ হাজৰিকাই কবিতা পাঠ, ড° শ্যামলীয়ে বৰগীতৰ এটি কলি গোৱাৰ লগতে মামনি শৰ্মা ভট্টাচাৰ্য্যই ভক্তিমুলক এটি গীত আৰু
Read More News
T & CPrivacy PolicyContact Us