Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: নাজিৰাত নৱ নিযুক্ত সম জিলাৰ আয়ুক্ত‌ই সাংবাদিকৰ সতে মত বিনিময় কৰে দায়িত্ব ভাৰ গ্ৰহণ কৰি

Sibsagar, Sivasagar | Aug 22, 2025
নাজিৰাত নৱ নিযুক্ত সম জিলাৰ আয়ুক্ত‌ই সাংবাদিকৰ সতে মত বিনিময় কৰে দায়িত্ব ভাৰ গ্ৰহণ কৰি । ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া প্ৰতিভা মেশ্ৰামে আনুষ্ঠানিক ভাৱে নাজিৰা সম জিলাৰ প্ৰশাসনিক মুৰব্বীৰ কাৰ্যভাৰ গ্ৰহণ কৰি এই মত বিনিময় কাৰ্যসূচী ৰূপায়িত কৰে । নাজিৰাৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত সাংবাদিক সকলৰ সতে মিলিত হয় আলোচনাত সম জিলা আয়ুক্ত গৰাকীয়ে ।
Read More News
T & CPrivacy PolicyContact Us