Download Now Banner

This browser does not support the video element.

মৰিয়নি: অবৈধ মাতৃত্বৰ কলংক আঁতৰাবৰ বাবে এইবাৰ কাটনিবাৰী চাহ বাগিছাৰ হস্পিটেল লাইনৰ খালত উদ্ধাৰ সদ্যোজাত দেৱশিশু

Mariani, Jorhat | Sep 24, 2025
কাটনিবাৰী চাহ বাগিছাৰ হস্পিটেল লাইনৰ খালত উদ্ধাৰ সদ্যোজাত দেৱশিশু। মৰিয়নিৰ কাটনিবাৰী চাহ বাগিছাৰ হস্পিটেল লাইনৰ এটা খালত উদ্ধাৰ নৱজাতকটি।স্থানীয় ৰাইজে কেচুৱাৰ কান্দোনৰ উৎস বিচাৰি খালটোত প্ৰত্যক্ষ কৰে জীৱন্ত এটি কন্যা শিশু। সুস্থ অৱস্থাত থকা সন্তানটি স্থানীয় ৰাইজে উদ্ধাৰ কৰিছে । অবৈধ মাতৃত্বৰ কলংক আঁতৰাবৰ বাবে কেঁচুৱাটিক খালত এনেদৰে পেলাই থৈ যোৱাৰ সন্দেহ ।
Read More News
T & CPrivacy PolicyContact Us