Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ডিব্ৰুগড় জিলা আছুৰ ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী

Dibrugarh East, Dibrugarh | Sep 4, 2025
অসমৰপৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়নেৰে অবৈধ বিদেশী প্ৰব্ৰজন সমস্যা সমাধানৰ দাবীত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি বুধবাৰে পুৱা ৬ বজাৰ পৰা আৰম্ভ হৈছে ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী। ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ দুই শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে এই অনশন কাৰ্যসূচীত।
Read More News
T & CPrivacy PolicyContact Us