This browser does not support the video element.
নগাঁও: চামগুৰিৰ ভোমোৰাগুৰিত সংঘটিত হৈছে এক ভয়ংকৰ পথদুৰ্ঘটনা,এখন বলেৰ পিকআপ বাহনে এখন বাইকক খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনা
Nagaon, Nagaon | Aug 31, 2025
চামগুৰিৰ ভোমোৰাগুৰিত সংঘটিত হৈছে এক ভয়ংকৰ পথদুৰ্ঘটনা।এখন বলেৰ পিকআপ বাহনে এখন বাইকক খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো।দুৰ্ঘটনাটোৰ ফলত গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহী চৰিফুল ইছলাম নামৰ এজন ব্যক্তি।বাইক চালক চৰিফুল ইছলামক স্থানীয় ৰাইজে সংকট জনক অৱস্থাত চামগুৰি প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে NMCH লৈ প্ৰেৰণ কৰে।দুৰ্ঘটনা সংঘটিত কৰি বলেৰ পিকআপ বাহন খন পলায়ন কৰিবলৈ চেষ্টা কৰাত স্থানীয় ৰাইজে খেদি খেদি বাহন খন জব্দ কৰে