This browser does not support the video element.
নগাঁও: জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদৰ গছত চৰাইৰ বাহ দিবলৈ গছত উঠিল নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা
Nagaon, Nagaon | Sep 7, 2025
দেওবাৰে পুৱাই গছত উঠিল নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা।নগাঁও জিলা আয়ুক্তৰ চৰকাৰী বাসভৱনৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশত সংস্থাপন চৰাইৰ বাহ। প্ৰকৃতিৰ সৈতে সংপৃক্ত হোৱাৰ আহ্বানেৰে গছ বগালে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। সুধাকন্ঠ ড: ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বাসভৱনৰ গছত সংস্থাপন কৰিলে কেবাটাও চৰাইৰ বাহ। জিলা প্ৰশাসনৰ আহ্বানত অনুসন্ধান নামৰ সংস্থাটোৱে গ্ৰহণ কৰিছে এই পদক্ষেপ।