Install App
chandanhiramorigaon
This browser does not support the video element.
মৰিগাঁও: জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বিদ্যাজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা অনুষ্ঠিত,উপস্থিত বিধায়ক ৰমাকান্ত দেউৰী
Marigaon, Morigaon | Aug 22, 2025
মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মৰিগাঁৱৰ ব্যক্তিগত শিক্ষাখণ্ডৰ অন্যতম শিক্ষানুষ্ঠান বিদ্যাজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি আৰু বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়।বিদ্যাজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তেৱাৰী, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!