Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: কিনকিনিয়া এজাক বৰষুণতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ৰ চৌহদ ভৰি পৰে পানীৰে,ৰোগীৰ হাহাকাৰ পৰিস্থিতি #jansamasya
Jorhat West, Jorhat | Aug 2, 2025
কিনকিনিয়া এজাক বৰষুণতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ৰ চৌহদ ভৰি পৰিছে পানীৰে ।ৰোগীৰ হাহাকাৰ পৰিস্থিতি । এজাক কিনকিনিয়া বৰষুণত JMCH ৰ চৌহদ ভৰি পৰিছে পানীৰে । চাৰিওফালে পানী কেৱল পানী । JMCH উজনি অসমৰ এখন অন্যতম চিকিৎসালয়। যোৰহাটৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ লোক সকল আহে চিকিৎসালয়লৈ । কিন্তু এতিয়া এজাক বৰষুণতেই চাৰিওফালে কৃত্ৰিম বানৰ সৃষ্টি হয় ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!