Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: দোতমাত ইউপিপিএলৰ বুথ,প্ৰাইমাৰী পৰ্যায়ৰ কৰ্মকৰ্তাক লৈ সভা অনুষ্ঠিত, উপস্থিত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো

Kokrajhar Part, Kokrajhar | Aug 31, 2025
ৰবীবাৰ দিনা বিয়লি ৪.৩০ বজাত কোকৰাঝাৰ জিলাৰ দোতমাত ইউপিপিএল দলৰ বুথ ও প্ৰাইমাৰী পৰ্যায়ৰ কৰ্মকৰ্তা সকলক লৈ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো এক জৰুৰী দলীয় সভা অনুষ্ঠিত কৰে, তেওঁ ইউপিপিএলৰ কাৰ্যকৰ্তা হকলক বিপিএফৰ শাসন কালত হোৱা অপশাসনৰ কোথা উল্লেখ কৰি বিপিএফক সমালোচনা কৰে, তথা আগন্তুক বিটিচি নিৰ্বাচনত ইউপিপিএলৰ প্ৰাৰ্থীক জয়ী কৰাৰ বাবে আহ্বান জনায়, উক্ত অনুষ্ঠানত ইউপিপিএল কেন্দ্ৰীয় ও জিলা পৰ্যায়ৰ নেতা সকল উপস্থিত আছিল
Read More News
T & CPrivacy PolicyContact Us