Download Now Banner

This browser does not support the video element.

ওদালগুৰি: চমাবাৰী খেলপথাৰত চৰিবেৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়, উপস্থিত থাকে বিধায়ক পৰমানন্দ ৰাজবংশী

Udalguri, Udalguri | Aug 23, 2025
জিলা খনৰ মুদৈবড়ী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চমাবাৰী গাঁৱত অৱস্থিত ৰাজহুৱা খেলপথাৰৰ চাৰিবেৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। উক্ত আধাৰশিলা স্থাপন কৰি বিধায়কৰ লগতে ইএম দিগন্ত বৰুৱাই ৰাইজৰ সতে মত বিনিময় কৰে। আনহাতে উক্ত উক্ত কাৰ্যসূচীত মুদৈবড়ী মণ্ডল বিজেপিৰ সভাপতি নৱৰাজ বৰুৱা, সাধাৰণ সম্পাদক অনন্ত নাথ,খৈৰাবাৰী সমষ্টিৰ সহ তত্বাৱধাক বিনয় কুমাৰ নাথ, প্ৰমুখ্যে আমন্ত্ৰিত বিশিষ্ট ব্যক্তি,দলীয় কৰ্মকৰ্তা আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us