Download Now Banner

This browser does not support the video element.

মানকাচৰ: হাটশিঙিমাৰী জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত শিক্ষা মন্ত্ৰী ৰণোজ পেগু

Mankachar, South Salmara-Mankachar | Sep 1, 2025
সোমবাৰে দিনৰ আনুমানিক ৩ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ড° ৰনোজ পেগু। মন্ত্ৰী ৰনোজ পেগু জিলা বিজেপিৰ কাৰ্যকালত উপস্থিত হোৱাত জিলা সভাপতি ৰঞ্জিত কুমাৰ সাহা,জিলা বিজেপিৰ সাধাৰণ সম্পাদক আব্দুল আলিম মোল্লাই উষ্ম আদৰণি জনায়। উল্লেখ্য যে মন্ত্ৰী গৰাকীয়ে জিলাখনত আজি পূৱাৰ ভাগত উপস্থিত হয় ।
Read More News
T & CPrivacy PolicyContact Us