Download Now Banner

This browser does not support the video element.

সোণাৰি: পুৰণি টাওকাকৰ পৰা সোণাৰি বিদ্যালয়লৈ অহাৰ পাছৰে পৰা নিৰুদ্দেশ এগৰাকী ছাত্ৰী, এজাহাৰ দাখিল পৰিয়ালৰ

Sonari, Charaideo | Aug 23, 2025
পুৰণি টাওকাকৰ পৰা সোনাৰিৰ এখন আগশাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰী বিদ্যালয় লৈ অহাৰ পাছৰে পৰা নিখোজ হৈ থকা ঘটনাই চাঞ্চল্য সৃষ্টি হৈছে অঞ্চলটোত । চৰাইদেউ জিলাৰ সোনাৰি নগৰৰ আগশাৰী শিক্ষানুষ্ঠান পদ্মাকুমাৰী বালিকা বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী যোৱা ২০ আগষ্ট তাৰিখে পুৱা বিদ্যালয় লৈ ওলাই আহি আজিলৈকে ঘৰলৈ ঘুৰি নোযোৱাত পৰিয়ালটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পুৰণি টাওকাকৰ ববিতা চাহ অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী গৰাকী নিৰুদ্দেশ। ছাত্ৰী গৰাকী নিৰুদ্দেশ হোৱা
Read More News
T & CPrivacy PolicyContact Us