This browser does not support the video element.
বঙাইগাঁও ভাগ: ভাতিপাৰাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ৩৬.৪১ গ্ৰাম সন্দেহজনক সহ দুজন যুৱক আটক
Bongaigaon Part, Bongaigaon | Aug 27, 2025
বুধবাৰে বঙাইগাঁও জিলাৰ ভাতিপাৰা ২৭ নং ৰা্ট্ৰীয় ঘাইপথত বঙাইগাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলায় । অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ৩৬.৪১ গ্ৰাম সন্দেহজনক ড্ৰাগছ সহ দুজন যুৱক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ অভিযানত আমিনুৰ ইছলাম মণ্ডল আৰু জয়নাল আবেদিন পৰা ৩৬.৪১ গ্ৰাম সন্দেহজনক, ২৫৩৮০ টকা নগদ ধন লগতে দুটাকৈ মোবাইল ফোন আৰু এখন চাৰি চকীয়া বাহন জব্দ কৰে আৰক্ষীয়ে ।