This browser does not support the video element.
নগাঁও: নগাঁও হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বেজগাওঁ চাৰিআলিত অচেতন অৱস্থাত এগৰাকী মহিলা উদ্ধাৰক লৈ বিপাঙত ৰাইজ
Nagaon, Nagaon | Sep 2, 2025
নগাঁও হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বেজগাওঁ চাৰিআলিত মঙলবাৰে নিশা প্ৰায় ন মান বজাত অচেতন অৱস্থাত এগৰাকী মহিলা উদ্ধাৰ । অচিনাকী মহিলা গৰাকীক লৈ বিপাঙত পৰিছে ৰাইজ । নিশা বেজগাওঁ চাৰিআলিৰ মুকলি থাইত পৰি থকা অবস্থাত প্ৰত্যক্ষ কৰি স্হানীয় ৰাইজে।উপস্থিত ৰাইজে অচিনাকী মহিলা গৰাকীক উদ্ধাৰ কৰিবলৈ হয়বৰগাঁও আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ । ইফালে মহিলা গৰাকীৰ সুৰক্ষাৰ বাবে পহৰা দিয়ে ৰাইজে । অবশেষত স্থানীয় গাওঁপ্ৰধানৰ তৎপৰতাত আৰক্ষীক খবৰ