Download Now Banner

This browser does not support the video element.

বইটামাৰী: চটপাৰাত অগপ দলৰ বুথ কমিটীৰ সাধাৰণ সভা অনুষ্ঠিত,উপস্থিত থাকে জিলাৰ সাধাৰণ সম্পাদক

Boitamari, Bongaigaon | Aug 31, 2025
চটপাৰাত অগপ দলৰ বুথ কমিটীৰ সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। আজিৰ এই সভাত উপস্থিত থাকে অগপ দলৰ বঙাইগাঁও জিলাৰ সাধাৰণ সম্পাদক ৰহিজুল ইছলাম সহ অন্যান্য নেতা সকল।
Read More News
T & CPrivacy PolicyContact Us