This browser does not support the video element.
শিৱসাগৰ: জনজাতিকৰণৰ দাবীত শিৱসাগৰত তাই আহোম যুৱ পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী
Sibsagar, Sivasagar | Sep 13, 2025
জনজাতিকৰণৰ দাবীত শিৱসাগৰত তাই আহোম যুৱ পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী । শিৱসাগৰৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত তাই আহোম মহিলা পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সহযোগত ৰূপায়িত কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী তাই আহোম জনগোষ্ঠীক স্বায়ত্ব শাসিত প্ৰদানৰ দাবী কৰি । ইয়াৰোপৰি জনজাতিৰ কৰণৰ ক্ষেত্ৰত জনগোষ্ঠীটোক প্ৰতাৰণা কৰাৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰো বিৰোধিতা কৰে জনগোষ্ঠীয় ।