This browser does not support the video element.
তিতাবৰ: কমাৰবন্ধা চাহ বাগিছাত তিনিটাকৈ নাহৰফুটুকী পিঞ্জৰাবদ্ধ হৈছে এটা পিঞ্জৰাত
Titabor, Jorhat | Sep 28, 2025
যোৰহাটত এটা পিঞ্জৰাতেই আবদ্ধ তিনিটা নাহৰফুটুকী । কমাৰবন্ধা চাহ বাগিছাত তিনিটাকৈ নাহৰফুটুকী পিঞ্জৰাবদ্ধ হৈছে এটা পিঞ্জৰাত। দীৰ্ঘদিন ধৰি পোহনীয়া পশুধন ভক্ষণ কৰি এক প্ৰকাৰে সন্ত্ৰাস সৃষ্টি কৰিছিল নাহৰ ফুটুকী কেইটাই। নিশা হ'লেই চাহ বাগিচাৰ ৰাইজ ওলাব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হৈছিল। বন বিভাগক বিষয়টো অৱগত কৰাত প্ৰায় এটা সপ্তাহ পুৰ্বেই এটা পিঞ্জৰা পাতিছিল ।