Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: মালৌ আলি কমলাবৰীয়া বুঢ়া নামঘৰত গ্ৰন্থ উন্মোচনী অনুষ্ঠান , প্ৰায় দুই শতাধিক ভক্তৰ উপস্থিতিত উন্মোচন

Jorhat West, Jorhat | Aug 27, 2025
যোৰহাটৰ মালৌ আলি কমলাবৰীয়া বুঢ়া নামঘৰত গ্ৰন্থ উন্মোচনী অনুষ্ঠান । সৌৰভ পণ্ডিত হেমকান্ত দত্ত নামৰ স্মাৰক গ্ৰন্থ খন উন্মোচন কৰা হয়। গ্ৰন্থ খনৰ লেখিকা কল্পনা বৰা দত্ত। কমলাবৰীয়া নামঘৰ পৰিচালনা সমিতিৰ সভাপতি বাপধন বৰাৰ সভাপতিত্বত উনুস্থিত হোৱা সভা খনত গ্ৰন্থ খন উন্মোচন কৰে যোৰহাট সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ৰাতুল চন্দ্ৰ বৰাই।
Read More News
T & CPrivacy PolicyContact Us