Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: মঙলদৈ আৰক্ষীয়ে গোৰেশ্বৰ আৰু হাজোৰ পৰা গ্ৰেপ্তাৰ কৰা দুজন প্ৰবঞ্চক জেল হাজতলৈ প্ৰেৰণ কৰে

Mangaldoi Part, Darrang | Aug 30, 2025
মঙলদৈ আৰক্ষীয়ে হাজো আৰু গোৰেশ্বৰ পৰা দুজন প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিছিল ডি জি জেনেৰটৰ প্ৰবঞ্চক কৰি নি বিক্ৰী কৰিছিল। ভুক্তভোগীয়ে মঙলদৈ থানাত এজাহাৰ দাখিল কৰা পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গোৰেশ্বৰ চামচুল আলি আৰু হাজোৰ আনচাৰ আলিক । মঙলদৈ আৰক্ষীয়ে আজি আদালত হাজিৰ কৰা পিছত জেললৈ প্ৰেৰণ কৰে
Read More News
T & CPrivacy PolicyContact Us