Install App
chirangnews494
This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: কাজলগাঁৱত "মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান লৈ সভা অনুষ্ঠিত, উপস্থিত মন্ত্ৰী উৰখাও গৌৰা ব্ৰহ্ম
India | Jun 6, 2025
আজিৰ এই সভাত চিৰাং জিলাৰ বিজনী , বাসুগাঁও আৰু কাজলগাঁও নগৰ অঞ্চলৰ অন্তৰ্গত হিতাধিকাৰীৰ তালিকা চুড়ান্ত কৰা হয়,উক্ত সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰখাও গৌৰা ব্ৰহ্ম, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, চিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, জিলা আয়ুক্ত যতীন বৰা সহ চৰকাৰী বিষয়া সকল উপস্থিত থাকে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!