This browser does not support the video element.
বালিজানা: চহৰৰ ময়লাপথাৰ বজাৰত উচ্ছেদ সন্দৰ্ভত বিস্ফোৰক মন্তব্য মানৱ সম্পদ সুৰক্ষা পৰিষদৰ সভাপতি নজৰুল ইছলামৰ
Balijana, Goalpara | Aug 24, 2025
চহৰৰ ময়লাপথাৰ বজাৰত উচ্ছেদ সন্দৰ্ভত বিস্ফোৰক মন্তব্য মানৱ সম্পদ সুৰক্ষা পৰিষদৰ সভাপতি নজৰুল ইছলামৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘূ লোকক টাৰ্গেট কৰি উচ্ছেদ চলোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। লগতে তেওঁ কয় যে আমি অসমীয়া ভাষাৰ সৈতে মিলিত হৈ হাড়ে হিমুজুৱে অসমীয়া হোৱাৰ পিছতো যদি আমাৰ ওপৰত অত্যাচাৰ চলোৱা হয় তেন্তে আমি হাত হাবটি বহি নাথাকো।আমি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হম।আমি হয় পশ্চিম বংগ অথবা কমতাপুৰৰ লগত চামিল হ'বলৈ চিন্তা চৰ্চা কৰিব।