Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: বিতৰ্কিত মহিলা শিশা শৰ্মাৰ বিৰুদ্ধে মঙলদৈ থানাত এজাহাৰ দাখিল

Mangaldoi Part, Darrang | Aug 21, 2025
মঙলদৈ কৰিমচ'কৰ নাম সলনিৰ মন্তব্য সামাজিক মাধ্যমত আগবঢ়োৱা বাবে বিৰ্তকিত মহিলা শিশা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে মঙলদৈৰ বিশিষ্ট অধিবক্তা আৰু দৰং জিলা ৰাইজৰ দলৰ সাধাৰণ সম্পাদক প্ৰবীন কুমাৰ ডেকাই। যোৱা ১০ আগষ্ট তাৰিখে শিশা শৰ্মাই সামাজিক মাধ্যমত কৰিমচ'ক ৰ নাম সলনিৰ বিতৰ্কিত মন্তব্য আগবঢ়াই এতিয়া বিপদত শিশা শৰ্মা
Read More News
T & CPrivacy PolicyContact Us