Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপস্থিতিত আউনিআটী শাখা সত্ৰত অনুষ্ঠিত হয় পিএম স্বনিধি আচঁনিৰ প্ৰচাৰ অভিযান অনুষ্ঠান
Dibrugarh East, Dibrugarh | Aug 31, 2025
দেশত কৰ'না মহামাৰীৰ সময়তেই ২০২০ চনত পদপথৰ ব্যৱসায়িক আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে হাতত লৈছিল প্ৰধানমন্ত্ৰী স্বনিধি নামেৰে এক অভিলাসী আঁচনি। আজি ৰবিবাৰে বিয়লি ৫ বজাৰ লৈকে ডিব্ৰুগড়ৰ আউনিআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় প্ৰধানমন্ত্ৰীৰ স্বনিধি আচঁনিৰ প্ৰচাৰ অভিযানৰ বিশেষ অনুষ্ঠান
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!