This browser does not support the video element.
মাটিয়া: কৃষ্ণাইত মটৰ শ্ৰমিক সন্থাৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়
Matia, Goalpara | Aug 24, 2025
কৃষ্ণাইত মটৰ শ্ৰমিক সন্থাৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ৷ গোৱালপাৰা জিলাৰ কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাৰ কাৰ্যালয়ত আজি এক সম্বৰ্ধনা অনুষ্ঠিত অনুষ্ঠিত হয় ৷ সম্বৰ্ধনা অনুষ্ঠানত কেইবাগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাই বিগত ২০০৪ চনৰ পৰাই কৃষ্ণাই অঞ্চলৰ কৃতি ছাত্ৰ-ছাত্ৰীক সকলক সম্বৰ্ধনা জনাই আহিছে ৷ ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৪ ছাত্ৰ-ছাত্ৰীকসম্বৰ্ধনা