Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: বঙাইগাঁও অসম আৰক্ষী সন্মীলন কেন্দ্ৰত অনুষ্ঠিত "আৰোহণ "আঁচনিৰ অধীনত মেন্টৰ আৰু মেন্টীসকলৰ লগত মত বিনিময় কাৰ্যসূচী

Bongaigaon Part, Bongaigaon | Sep 10, 2025
বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয় তথা শিক্ষা বিভাগৰ যুটীয়া উদ্যোগত বুধবাৰে "আৰোহণ "আঁচনিৰ অধীনৰ মেন্টৰ আৰু মেন্টীসকলৰ লগত মত বিনিময় অনুষ্ঠানৰ আয়োজন । অসম আৰক্ষী সন্মীলন কেন্দ্ৰত অনুষ্ঠিত অনুষ্ঠানত জিলা আয়ুক্ত নৱদ্বীপ পাঠকৰ লগতে বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহনলাল মীনা আৰু বঙাইগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনুপম ডেকা।এই অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত নিৰ্মালি বৰুৱা আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক পল্লবী মেধিও উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us