This browser does not support the video element.
ডুমডুমা: জনজাতিকৰণৰ দাবীত কাকপথাৰত বিশাল জোৰ সমদল
Doom Dooma, Tinsukia | Sep 4, 2025
সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত। তালাপৰ পাছত এইবাৰ বৃহস্পতিবাৰে সন্ধ্যা ৭ বজাত কাকপথাৰত বিশাল জোৰ সমদল ৷সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত, মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ সহযোগত জনজাতিকৰণৰ দাবীত এই বিশাল জোৰ সমদল ৷সমদলত অংশগ্ৰহণ কৰে মৰাণ জনগোষ্ঠীৰ সহস্ৰাধিক ৰাইজ ৷ বিজেপিৰ চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে উত্তাল কাকপথাৰ আকাশ বতাহ ৷