This browser does not support the video element.
মঙলদৈ ভাগ: জিলা পুথিভঁৰালত দৰং জিলা প্ৰশাসনে অনুষ্ঠিত কৰে শিক্ষক দিৱস, উপস্থিত থাকে বিধায়ক, জিলা আয়ুক্ত
Mangaldoi Part, Darrang | Sep 5, 2025
মহান দাৰ্শনিক, প্ৰাক্তন ৰাষ্ট্ৰপতি ড°সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দৰং জিলা প্ৰশাসনে কেন্দ্ৰীয়ভাৱে মঙলদৈ জিলা পুথিভঁৰালত অনুষ্ঠিত কৰে শিক্ষক দিৱস।অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতী , বিধায়ক বসন্ত দাসশিক্ষা বিভাগৰ অতিৰিক্ত সচিব কৃষ্ণা বৰুৱা,অতিৰিক্ত আয়ুক্ত অজিত কলিতা,বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাস,পদ্মশ্ৰী দ্ৰোণ ভূঞা সমন্বিতে জিলাখনৰ সম্বৰ্ধিত কৃতী শিক্ষক-শিক্ষয়িত্ৰী সকল আৰু বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।