This browser does not support the video element.
ওদালগুৰি: খৈৰাবাৰীত অনুষ্ঠিত হয় ইউপিপিএলৰ নিৰ্বাচন কেন্দ্ৰীক সভা, উপস্থিত থাকে বিটিচিৰ প্ৰাক্তন চীফ প্ৰমোদ বড়ো
Udalguri, Udalguri | Sep 4, 2025
সমগ্ৰ বিটিচিৰ লগতে জিলা খনত আটাইকেইতা সমষ্টিত চলিছে নিৰ্বাচনী গৰম বতাহ।এইবেলি খৈৰাবাৰী পৰিষদীয় সমষ্টি দখলৰ বাবে ইউপিপিএলৰ দলে চলাইছে ব্যাপক নিৰ্বাচনী কুছ কাৱাজ। সেই অনুসৰি খৈৰাবাৰী সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহত দলটোৱে এখন বিশেষ নিৰ্বাচনী ৰণ কৌশল প্ৰস্তুতি সভা অনুষ্ঠিত কৰে। ইপিনে উক্ত গুৰুত্বপূৰ্ণ সভা খনত প্ৰাক্তন চীফ গৰাকীৰ সতে দলীয় প্ৰাৰ্থী ধৰনী বড়ো, প্ৰমুখ্যে দলৰ কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে।