Install App
ghynews
This browser does not support the video element.
গুৱাহাটী: ৯ দিনৰ পিছত ঘৰলৈ উভতিল GMCH ৰ ঘটনাৰ ভুক্তভুগী পৰিয়ালটি , পূৰ্বতকৈ সুস্থ হৈছে মৃত নৱজাতকটিৰ মাতৃ স্মিতা ডেকা
Guwahati, Kamrup Metropolitan | Aug 25, 2025
৯ দিনৰ পিছত ঘৰলৈ উভতিল GMCH ৰ ঘটনাৰ ভুক্তভুগী পৰিয়ালটি , পূৰ্বতকৈ সুস্থ হৈছে মৃত নৱজাতকটিৰ মাতৃ স্মিতা ডেকা বৰদলৈ। অসহায় পিতৃ উৎপল বৰদলৈৰ পুনৰ বাৰ সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া। আশা লৈ আহিছিলো খালী হাতে উভতি যাব লৈছোঁ। মোৰ এটাই আশা মোৰ দৰে আন কাৰো লগত যাতে এনে ঘটনা নহয় ইয়াৰ প্ৰতি GMCH কৰ্তৃপক্ষৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে গুৰুত্ব দিব লাগে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!