Download Now Banner

This browser does not support the video element.

বালিজানা: ৰাক্ষসিনী ময়লাপথাৰএলেকাৰ মহিলা সকলে ভালুক ডুবিত তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হৈ উচ্ছেদৰ বাবে ভাবুকি প্ৰদানৰ অভিযোগ কৰে

Balijana, Goalpara | Aug 30, 2025
ৰাক্ষসিনী ময়লাপথাৰ এলেকাৰ মহিলা সকলে ভালুক ডুবিত তদন্তকাৰী বিষয়াৰ ওচৰত নথি-পত্ৰ জমা দি উচ্ছেদৰ ভাবুকি প্ৰদান কৰা বুলি মন্তব্য কৰে। ৰাজ্যপালৰ নিৰ্দেশত আজি গোৱালপাৰা চহৰৰ সমীপৱৰ্তী ভালুক ডুবিৰ নতুন আৱৰ্তভৱনত আজি উপস্থিত হয় তদন্ত কাৰী বিষয়া। তদন্ত কাৰী বিষয়াৰ ওচৰত নথি-পত্ৰ জমা দি ৰাক্ষসিনী ময়লাপথাৰ এলেকাৰ একাংশ মহিলাই সংবাদ মাধ্যমৰ আগত কয় যে আমি চহৰৰ বৰোবজাৰৰ ওচৰত বাস কৰিছিল যদিও ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কৱলত পৰি ৩০ বছৰ পুৰ্বে ৰাক্ষসিনী এলেকাত থকা বুলি কয়।
Read More News
T & CPrivacy PolicyContact Us