This browser does not support the video element.
গুৱাহাটী: GMCHত শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত চিকিৎসকসহ সাতজনকৈ কৰ্মচাৰীক নিলম্বনৰ পিছতেই নুনমাটিত উৎপল বৰদলৈ প্ৰতিক্ৰিয়া
Guwahati, Kamrup Metropolitan | Sep 2, 2025
GMCHত শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত চিকিৎসকসহ সাতজনকৈ কৰ্মচাৰীক নিলম্বনৰ পিছতেই নুনমাটিত উৎপল বৰদলৈ প্ৰতিক্ৰিয়া।মৃত শিশুটিৰ ভুক্তভোগী পিতৃ মাতৃয়ে । চিকিৎসকসহ সাতজন কৰ্মচাৰীক নিলম্বন কৰাত মৃত শিশুটিৰ পিতৃ মাতৃয়ে মূখ্যমন্ত্ৰী গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰিছে। অবশ্যে সাতজন কৰ্মচাৰীক নিলম্বনত পিতৃ উৎপল বৰদলৈ সম্পূৰ্ণ সন্তুষ্ট নহয় বুলি উল্লেখ কৰে। ঘটনাৰ লগত জৰিত আটাইকেইজনক গ্ৰেপ্তাৰ কৰিবলৈ পিতৃ বৰদলৈয়ে দাবী জনাইছে।