Install App
ghynews
This browser does not support the video element.
গুৱাহাটী: কটন বিশ্ববিদ্যালয়ৰ SFI গোটে গুৱাহাটীৰ পৰিকল্পনাবিহীন উন্নয়ন নীতি বিৰুদ্ধে প্ৰতিবাদ দিঘলী পুখুৰীত
Guwahati, Kamrup Metropolitan | Aug 27, 2025
কটন বিশ্ববিদ্যালয়ৰ SFI গোটে গুৱাহাটীৰ পৰিকল্পনাবিহীন উন্নয়ন নীতি বিৰুদ্ধে প্ৰতিবাদ।এখন সেউজ গুৱাহাটী গঢ়াৰ স্বাৰ্থত এক সাংকেতিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ছাত্ৰ ছাত্ৰী সকলে ।মহানগৰী দীঘলী পুখুৰী পাৰত কটন বিশ্বিদ্যালয় সন্দিকৈ মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী সকলে ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!