This browser does not support the video element.
নগাঁও: ৰূপহীহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ একাজলি শ্ৰদ্ধাঞ্জলী ও আদ্যশ্ৰাদ্ব অনুষ্ঠিত কৰে
Nagaon, Nagaon | Oct 4, 2025
ৰূপহীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ একাজলি শ্ৰদ্ধাঞ্জলী ও আদ্যশ্ৰাদ্ব অনুষ্ঠিত কৰে। লগতে শনিবাৰে বিয়লি প্ৰায় চাৰি মান বজাত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে মহান শিল্পী গৰাকীৰ আত্মাৰ চিৰ শান্তি কামনা কৰে।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই অনুষ্ঠানৰ পৰাই চৰকাৰ আহ্বান জনায় যাতে শিল্পী গৰাকীৰ অকাল মৃত্যুৰ সৈতে নাম সাঙুৰ খোৱা কোনো এজন লোকো যাতে আইনৰ সুৰুঙাৰে বাচি যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই।