Install App
ghynews
This browser does not support the video element.
গুৱাহাটী: গড়চুকৰ বাঠৌপুৰিত বন্ধু হত্যাকৰী মৃতদেহ বশিষ্ঠ নৈত পেলোৱা বুলি চিকাৰ কৰিছিল ৰফিকুল ইছলামে ,SDRF ৰ অভিযান
Guwahati, Kamrup Metropolitan | Sep 5, 2025
গড়চুকৰ বাঠৌপুৰিত বন্ধু হত্যাকৰী মৃতদেহ বশিষ্ঠ নৈত পেলোৱা বুলি চিকাৰ কৰিছিল ৰফিকুল ইছলামে। এই হত্যাকাণ্ড সংঘটিত কৰা লোক অকল ৰফিকুল ইছলাম নে আৰু কোনোবা লোক জড়িত আছে । প্ৰথমে হত্যা তাৰ পিছত আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা ।আৰক্ষীৰ জেৰাত পিছত বস্তাত ভৰাই বশিষ্ঠ নৈত পেলায় দিয়াৰ কথা চিকাৰ কৰিছে ৰফিকুল ইছলামে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!