Install App
krishnasutradhar829
This browser does not support the video element.
বাক্সা: হজুৱাত মলোচৰণ ব্ৰহ্ম ককলাবাৰী আদৰ্শ চিকিৎসালয় উদ্বোধন স্বাস্থ্য মন্ত্রী অশোক সিংহলৰ
Baska, Baksa | Aug 16, 2025
বাক্সা জিলাৰ হজুৱাত আজি মলোচৰণ ব্ৰহ্ম ককলাবাৰী আদৰ্শ চিকিৎসালয় আনুষ্ঠানিকভাৱে ৰঙাফিটা কাটি উদ্বোধন কৰে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্রী অশোক সিংহলে।তেওঁ আজি চিকিৎসালয়খন উদ্বোধন কৰি আনন্দিত হয়। মন্ত্রী অশোক সিংহলৰ লগত আজি মন্ত্রী ইউজি ব্ৰহ্ম, বিটিআৰৰ পাৰিষদ মণ্টু বড়ো আদি উপস্থিত থাকে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!