Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ,গণশিল্পী জুবিন গাৰ্গৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠান
Jorhat West, Jorhat | Sep 26, 2025
সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ , গণশিল্পী জুবিন গাৰ্গৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বিশেষ অনুষ্ঠান । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ভাগৱত পাঠ আৰু স্মৃতিচাৰণ অনুষ্ঠান । দিনজোৰা কাৰ্যসূচীৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই সকলোৱে । গছপুলি ৰোপনৰ লগতে অনুষ্ঠিত হয় কেইবাটাও অনুষ্ঠান ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!